📋 WARIORS সদস্য পদৰ নিয়মাৱলী
1) ম্যাদ: 1 বছৰ বৈধ
2) মাচুল: Rs 250 Non-refundable
3) ৰাজনৈতিক ব্যৱহাৰ নিষিদ্ধ
4) ID Card: Photo+ID to wariorsngo@gmail.com
5) নিয়ম ভংগত সদস্য পদ বাতিল
6) দায়িত্ব: মহিলা সৱলীকৰণ, গ্ৰাম্য উন্নয়ন
7) UTR ভুল হলে Form Reject হব
8) সংস্থাৰ সকলো নিয়ম মানিবলৈ বাধ্য।
9) জিলা সমিতিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব।
10) ভাৰ্চুৱেল সভাত ভাগ লোৱাটো জৰুৰী।
11) কোনো ধৰণৰ অপৰাধমূলক কামত লিপ্ত হ'লে সদস্য পদ বাতিল।