Wariors Culture Fest – Dance Competition
Organizer: Women Awareness and Rural Invigorate Organisation cum Radiant Society
📅 Date: 23 January 2027
📍 Venue: Tezpur
🏆 Mode: OFFLINE Competition
নৃত্যৰ শাখা
1. সত্ৰীয়া নৃত্য
2. বিহু নৃত্য
3. আধুনিক নৃত্য / Modern Dance
বয়সৰ শাখা
Category A: ৪ বছৰৰ পৰা ১২ বছৰলৈ
Category B: ১৩ বছৰৰ পৰা ওপৰলৈ
Joining Fees
১ টা Category: ৩০০ টকা
২ টা Category: ৫০০ টকা
তিনিওটা Category: ৭০০ টকা
Prize – প্ৰতি শাখাত
1st Prize: 5001 টকা + Certificate
2nd Prize: 3001 টকা + Certificate
3rd Prize: 2001 টকা + Certificate
সকলো প্ৰতিযোগীয়ে Participation Certificate পাব।
নিয়মাৱলী
১. এই প্ৰতিযোগিতা অসম ভিত্তিত হ’ব।
২. দুটা শাখাত অনুষ্ঠিত হ’ব, A Category – Age ৪ ৰ পৰা ১২ বছৰলৈ আৰু Category B হ’ব – ১৩ বছৰৰ পৰা ওপৰলৈ।
৩. প্ৰতিযোগীয়ে যাতায়ত আৰু থকা মেলাৰ খৰছ নিজেই বহন কৰিব লাগিব।
৪. প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ স্থলীত নিজৰ Aadhar Card or School ID Card ৰ লগতে Payment Receipt দেখুৱাব লগীয়া হ’ব পাৰে।
৫. কেৱল অনলাইন পঞ্জীয়ন কৰা প্ৰতিযোগীকহে বৈধ বুলি ধৰা হ’ব।
৬. সত্ৰীয়া আৰু বিহু নৃত্য পৰম্পৰাগত সাজত কৰিব লাগিব।
৭. আধুনিক নৃত্যৰ পোচাক শালীন হ’ব লাগিব।
৮. আধুনিক নৃত্য হিন্দী আৰু অসমীয়া যিকোনো গীতত কৰিব পাৰিব।
৯. বিহু আৰু সত্ৰীয়া নৃত্যও বাদ্য সংগত কৰি বা ৰেকৰ্ডেড মিউজিকত কৰিব পাৰিব।
১০. সকলো নৃত্য একক হ’ব।
১১. বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত হ’ব।
১২. ভাগ লোৱা প্ৰতি প্ৰতিযোগিকেই অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ দিয়া হ’ব যি সকলো বিভাগীয় কাৰণত বৈধ প্ৰমাণ পত্ৰ হ’ব।
১৩. প্ৰতি শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান – এই তিনি স্থান ৰখা হ’ব।
১৪. প্ৰতিযোগিতাত ভাগ লোৱা মাচুল এবাৰ প্ৰদান কৰা পাছত ঘূৰাই দিয়া নহ’ব।
১৫. প্ৰতিযোগিৰ পঞ্জীয়নৰ শেষ তাৰিখ ১০ জানুৱাৰী ২০২৭।
মই ওপৰৰ সকলো নিয়মাৱলী পঢ়িলোঁ আৰু মানি ললোঁ
